সংহাৰী বানৰ তাণ্ডৱ

সংগ্ৰহ : বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বহু এলেকাৰ বহু পৰিয়ালৰ ঘৰতে একাঁঠু পানী হোৱা পৰিলক্ষিত হৈছে । ঠায়ে ঠায়ে পথৰ ওপৰেৰে পানী বাগৰি খহি পৰিছে পথ । পানীৰ সোঁতত খহি গৈছে পকী দলং ।

ইফালে কলগাছিয়াৰ পৰা গুনীয়ালগুৰিলৈ যোৱা বিকল্প নৱ নিৰ্মিত পথ ভয়াবহ ৰূপ দেখা গৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *