বৰপেটাত বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন সাংসদ আব্দুল খালেকৰ

বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বাঘবৰ , জনীয়া আদি কৰি কেইবাটাও বিধানসভা সমষ্টিৰ বহু এলেকাৰ বানাক্ৰান্তৰ খবৰ লয় সাংসদ আব্দুল খালেকে ।

চিকিৎসা সেৱা , বিশুদ্ধ খোৱা পানী , খাদ্য সামগ্ৰী আৰু পশুধনৰ খাদ্য সামগ্ৰী যোগান ধৰিবলৈ শীঘ্ৰেই চৰকাৰৰ ওচৰত দাবী জনায় ।

Leave a Reply

Your email address will not be published. Required fields are marked *