বাঘবৰত বানৰ প্ৰৱল সোঁতে উটুৱাই নিলে পকী কালভাৰ্ট

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ বৰপেটা-বাঘবৰ সংযোগী পথৰ শিলোচী পথাৰ গাৱত আজি ৰাতিপুৱা বানৰ প্ৰৱল সোঁতে উটুৱাই নিয়ে পকী কালভাৰ্ট ।

ফলত কেইবাখনো গাৱৰ ৰাইজৰ যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *