বানৰ সময়ত পাচলিৰ বজাৰত জুই

ৰাজ্যত বানৰ বিভীষিকা। সমান্তৰালকৈ অন্যান্য প্ৰান্তৰ লগতে বৰপেটা জিলাৰ বাঘবৰতো পাচলি অধিক দৰত ক্ৰয় কৰিবলগীয়া হৈছে ।

ফলস্বৰূপে বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । অৱশ্যে মাছৰ বাবে লোক সকলে কিছু পৰিমাণে সকাহ পাইছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *