কৰুণ কাহিনী । সাওঁৰাচৰাত বানত সৰ্বস্ত হেৰুৱাই নাৱত আশ্ৰয় এটি পৰিয়ালৰ

বৰপেটা জিলাৰ জনীয়াৰ সাওঁৰাচৰাত বানে বিধ্বস্ত কৰা এটা পৰিয়ালৰ কৰুণ জীয়া কাহিনী । তিনিটাকৈ আবাসগৃহ বেঁকী আৰু ব্ৰহ্মপুত্ৰ নৈৰ প্ৰৱল বানে ক্ষতি সাধন কৰাৰ ফলত সৰ্বস্ব হেৰুৱাই এটি নাৱৰ ওপৰত আশ্ৰয় লৈছে ।

নাৱতেই খোৱা লোৱা,নাৱতেই শুৱা। বানে উটুৱাই নিছে সকলো আচবাব পত্ৰ,ভড়ালৰ ধান। যাৰ বাবে ৰজব আলী নামৰ ব্যক্তি গৰাকীৰ দৰিদ্ৰ পৰিয়ালটো এতিয়া মুকলি আকাশৰ তলত আশ্ৰয় লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *