বৰপেটাৰ জনীয়াত বানৰ তাণ্ডৱ

বৰপেটা জিলাৰ জনীয়াৰ কেইবাটাও অঞ্চলত পুনৰ বানপানীৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে । বানে ছিঙিলে মোৱামাৰিলৈ যোৱা গড়কাপ্তানি পথ ।

ফলত কেইবাখনো গাৱৰ যাতায়ত ব্যাহত হৈছে পৰিছে ।বেঁকী নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত ন ন অঞ্চল প্লাৱিত হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *